অসম

assam

ETV Bharat / state

দৰঙৰ ধুলাত জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযানঃ গ্ৰেপ্তাৰ 4 জুৱাৰী

বৃহস্পতিবাৰে জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই ধুলা আৰক্ষীয়ে। কিছুদিন পূৰ্বে চলোৱা অভিযানত আৰক্ষীয়ে দুজন জুৱাৰীক গ্ৰেপ্তাৰ কৰাৰ পাচতে বৃহস্পতিবাৰে ভুটু শ্বেইখ,ছোৰাব মণ্ডল,কামালুদ্দিন আৰু ছামাত আলী নামৰ চাৰি জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়

By

Published : May 2, 2019, 9:28 PM IST

দৰঙত গ্ৰপ্তাৰ 4 জুৱাৰী

দৰং, 2 মেঃ জুৱাৰ বিৰুদ্ধে দৰঙৰ ধুলা আৰক্ষীৰ অভিযান। চাৰি জুৱাৰীক গ্ৰেপ্তাৰ। বৃহস্পতিবাৰে জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই ধুলা আৰক্ষীয়ে। কিছুদিন পূৰ্বে চলোৱা অভিযানত আৰক্ষীয়ে দুজন জুৱাৰীক গ্ৰেপ্তাৰ কৰাৰ পাচতে বৃহস্পতিবাৰে ভুটু শ্বেইখ,ছোৰাব মণ্ডল,কামালুদ্দিন আৰু ছামাত আলী নামৰ চাৰিজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দৰঙৰ ধুলা থানাৰ অন্তৰ্গত হিৰাপাৰা গাঁৱত চলি থকা দেউলত একাংশ দুষ্ট চক্ৰই ডাব্বু গুটি আৰু তিনি তাচৰ খেল চলি থকা খবৰ লাভ কৰাৰ পাচেত ধুলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ কাকতিৰ নেতৃত্বত চলাইছিল অভিযান ৷

ABOUT THE AUTHOR

...view details