অসম

assam

ETV Bharat / state

দৰঙত পথৰ দুৰৱস্থাঃ পথত ভূঁই ৰুই প্ৰতিবাদ - ছিপাঝাৰ সমষ্টি

বাৰিষাৰ পথাৰত নহয়  ৰাষ্টাত এইদৰে  ভুই ৰুই  প্ৰতিবাদ কৰিছে স্থানীয় একাংশ মহিলাই । কিয়নো বছৰ বছৰ ধৰি যমৰ যাতনা ভোগ কৰি অহা ৰাইজে  ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াক আবেদন নিবেদন কৰিও আজিলৈ কোনো সু-ফল নাপালে ৷

দৰঙত পথৰ দুৰৱস্থাঃ পথত ভুঁই ৰুই প্ৰতিবাদ

By

Published : Jun 13, 2019, 7:10 AM IST

দৰং, 12 জুনঃ মন্ত্ৰী বিধায়কৰ দৃষ্টি নপৰা ছিপাঝাৰ সমষ্টিৰ এম এম জি পথৰ পৰা বুঢ়াখাট হৈ এম পি কে পথ সংযোগী এটা গুৰুত্বপূৰ্ণ পথ ৷ মেৰামতি নকৰাৰ বাবে উপায়ন্তৰ হৈ অভিনৱ প্ৰতিবাদ কৰিবলগীয়া হৈছে স্থানীয় মহিলাই ৷ বাৰিষাৰ পথাৰত নহয় ৰাষ্টাত এইদৰে ভুই ৰুই প্ৰতিবাদ কৰিছে স্থানীয় একাংশ মহিলাই । কিয়নো বছৰ বছৰ ধৰি যমৰ যাতনা ভোগ কৰি অহা ৰাইজে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াক আবেদন নিবেদন কৰিও আজিলৈ কোনো সু-ফল নাপালে ৷ সেয়ে মন্ত্ৰী বিধায়কৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মহিলাসকলে এনেদৰে ৰাষ্টাত ভুইৰুই প্ৰতিবাদ সাব্যস্ত কৰে ।

দৰঙত পথৰ দুৰৱস্থাঃ পথত ভুঁই ৰুই প্ৰতিবাদ

ABOUT THE AUTHOR

...view details