মঙলদৈ , ৩ ফেব্ৰুৱাৰী:খোল-তালৰ ধ্বনিত মুখৰিত অধমাপাৰা একশৰণ ভাগৱতী সমাজৰ বাৰ্ষিক অধিবেশনথলী । বাৰ্ষিক অধিবেশনৰ শোভাযাত্ৰাত সহস্ৰাধিক ভক্তৰ অংশগ্ৰহণ ।
হৰি নাম কীৰ্তনেৰে মুখৰিত মঙলদৈ অধমাপাৰাৰ আকাশ বতাহ - বাৰ্ষিক অধিবেশন
৪৫ সংখ্যক মহাপালনাম আৰু বাৰ্ষিক অধিবেশনৰ দেওবাৰে তৃতীয়টো দিন
![হৰি নাম কীৰ্তনেৰে মুখৰিত মঙলদৈ অধমাপাৰাৰ আকাশ বতাহ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2352540-422-4da1b505-02d3-4717-8f06-d470efb1ab79.jpg)
ETV BHARAT
EKSHARAN BHAGWATI SAMAJ
একশৰণ ভাগৱতী সমাজৰ ৪৫ সংখ্যক মহাপালনাম আৰু বাৰ্ষিক অধিবেশনৰ দেওবাৰে তৃতীয়টো দিন । প্ৰয়াত ৰামচন্দ্ৰ বসুমতাৰী আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত অধিবেশনথলীলৈ আগমন ঘটে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ । অধিবেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা শোভাযাত্ৰাত বিভিন্ন কৃষ্টিৰ অনন্যৰূপ প্ৰদৰ্শন কৰে ভক্তসকলে ।