অসম

assam

ETV Bharat / state

দৰঙত অবৈধ কাঠফলা কল জব্দ - Mangaldoi forest range office

দৰঙৰ পদোঘাটত অবৈধ কাঠফলা কল জব্দ । বন বিষয়াৰ অভিযানত মেচিনসহ জব্দ ফলা কাঠ ৷

দৰঙত অবৈধ কাঠফলা কল জব্দ

By

Published : Sep 14, 2019, 8:42 PM IST

দলগাঁও, 14 ছেপ্তেম্বৰঃদৰঙৰ মঙলদৈ খণ্ড বন বিষয়া কাৰ্যালয়ৰ এক বিশেষ অভিযানত জব্দ হয় অবৈধ কাঠফলা মেচিনসহ ফলা কাঠ । শনিবাৰে মঙলদৈ খণ্ড বনবিষয়া আৰু বনকৰ্মীৰ এটা দলে পানবানী থানাৰ সহযোগত দৰঙৰ 2 নং পদোঘাটত অভিযান চলাই কাঠসহ জব্দ কৰে এটা কাঠফলা মিল ৷ ইফালে অভিযানৰ সম্ভেদ পাই পলায়ন কৰে কলৰ গৰাকী। মেচিনসহ ফলা কাঠখিনি অভিযানকাৰী দলটোৱে জব্দ কৰি খাৰুপেটীয়া খণ্ড বন কাৰ্যালয়লৈ নিয়ে ৷ উল্লেখযোগ্য যে বিগত দুটা বছৰত বন বিভাগে বিভিন্ন ঠাইত অভিযান চলাই এই পৰ্যন্ত জব্দ কৰিছে ৪২ টাকৈ অবৈধ কাঠফলা কল।

দৰঙত অবৈধ কাঠফলা কল জব্দ

ABOUT THE AUTHOR

...view details