দৰং, ২৭ মে': গুৱাহাটীৰ সৰুসজাইৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা বিগত ২২ মে' ত পলায়ন কৰা চাৰিজন লোকক আটক । বুধবাৰে মঙলদৈত আটক কৰা হয় ব্যক্তিকেইজনক । আটকাধীন ব্যক্তিকেইজন হৈছে হৈছে বৰিগাঁৱৰ পিতা-পুত্ৰ টফিকুল ইচলাম আৰু টাৰিকুল ইচলাম, চিকনমাটি গাঁৱৰ জুমৰ আলি আৰু বাঘৰমাৰিৰ আক্ৰামুল হক ।
কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰা ব্যক্তিক মঙলদৈত আটক - corona virus
বুধবাৰে গুৱাহাটীৰ সৰুসজাইৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰা ৪ গৰাকী ব্যক্তিক আটক কৰে মঙলদৈত । চিকিৎসক আৰু আৰক্ষীৰ সহযোগত আটক কৰে ব্যক্তি গৰাকীক ।

চিকিৎসক আৰু আৰক্ষীৰ সহযোগত আটক কৰি
ব্যক্তিকেইজনক চিকিৎসক আৰু আৰক্ষীৰ সহযোগত আটক কৰি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখা হয় বুলি জানিবলৈ দিয়ে ।