অসম

assam

By

Published : May 14, 2020, 10:45 PM IST

ETV Bharat / state

চিৰাঙত ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ

চিৰাং জিলাৰ বিজনীত আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুই ড্ৰাগছ ব্যৱসায়ীক

two arrest with drugs at Chirang
চিৰাঙত ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ

চিৰাং,14 মে'ঃচিৰাঙৰ বিজনীত আৰক্ষীৰ অভিযানত দুই ড্ৰাগছ ব্যৱসায়ী আটক। বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানত আটক হয় এই দুই ড্ৰাগছ ব্যৱসায়ী । ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে বিজনীৰ কাৱাটিকাৰ আকবৰ আলী (২৮) আৰু নুৰুল হক (৪০)।

চিৰাঙত ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ
চিৰাঙত জব্দ ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, মোবাইল ফোন এটা

ব্যৱসায়ী দুজনৰ পৰা উদ্ধাৰ হয় ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, ম'বাইল ফ'ন এটা আৰু তিনি চকীয়া বেটাৰী চালিত এখন বাহন এখন । ইতিমধ্যে বিজনী আৰক্ষীয়ে দুয়োৰে জেৰা অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

...view details