চিৰাং,15 মে': চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰদান কৰা হয় ভোট গণনা প্ৰক্ৰিয়াৰ প্ৰশিক্ষণ ৷ দিনৰ 11 বজাৰ পৰা চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দায়িত্ববাহী বিষয়াসকলক প্ৰদান কৰা হয় প্ৰশিক্ষণ ৷ চিদলী বিধান সভা সমষ্টিৰ ভোটগণনাৰ বাবে ব্যৱস্থা কৰা হৈছে এই প্ৰশিক্ষণৰ ৷ 23 মে'ত 20 ৰাউণ্ডত 14 খন টেবুলত 269 টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে অনুষ্টিত হ'ব ভোটগণনা।
ভোট গণনা কেনেকৈ কৰিব ? - ইটিভি ভাৰত
চিদলী বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে ব্যৱস্থা কৰা হৈছে এই প্ৰশিক্ষণৰ ৷ 23 মে'ত 20 ৰাউণ্ডত 14 খন টেবুলত 269 টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে অনুষ্টিত হ'ব ভোটগণনা । চিৰাং জিলা সদৰ কাজলগাঁওৰ উপেন্দ্ৰনাথ ব্ৰহ্ম কলেজত অনুষ্টিত হ'ব ভোটগণনা ।

Chirang
চিৰাঙৰ ভোটগ্ৰণনা প্ৰক্ৰিয়াৰ প্ৰশিক্ষণ
লগতে পঢ়ক : বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ
চিৰাং জিলা সদৰ কাজলগাঁওৰ উপেন্দ্ৰনাথ ব্ৰহ্ম কলেজত অনুষ্টিত হ'ব ভোটগণনা। বুধবাৰে এই প্ৰশিক্ষণত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে চিদলী খণ্ড উন্নয়নৰ কনিষ্ঠ অভিযন্তা মহিবুৰ ৰহমান চৌধুৰীৰ লগতে চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰ। জিলা উপায়ুক্তজনে ভোটগণনা সন্দৰ্ভত বিতং বাখ্যা আগবঢ়ায়।