Rabindra Bhawan in Guwahati: শীঘ্ৰে হাতুৰীৰ কোব পৰিব ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনত !
এইবাৰ প্ৰশাসনৰ হাতুৰীৰ কোব পৰিব মহানগৰীৰ কলা সংস্কৃতিৰ কেন্দ্ৰবিন্দুস্বৰূপ ৰবীন্দ্ৰ ভৱনত(Rabindra Bhawan in Guwahati) । ৰবীন্দ্ৰ ভৱনটো ভাগি সেই স্থানত নিৰ্মাণ কৰা হ’ব এটা অট্টালিকা ।
MLA Akhil Gogoi: শৰ্মা চৰকাৰৰ সৰ্ববৃহৎ কেলেংকাৰীৰ তথ্য-প্ৰমাণ আছে বিধায়ক অখিল গগৈৰ হাতত
বিধায়ক অখিল গগৈৰ বিস্ফোৰণ । হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত ছিণ্ডিকেট চলি আছে । এশ শতাংশ তথ্য-প্ৰমাণ লৈ সদনত আহিছিল অখিল গগৈ । সভাস্থগিত প্ৰস্তাৱ আনি সদনত তথ্য সহকাৰে প্ৰতিপন্ন কৰিব বিচাৰিছিল । কিন্তু দিয়া নহ'ল সুবিধা(Sivasagar MLA Akhil Gogoi) ।
Indias 2022 shastra shake up : ২০২২ বৰ্ষত বিশ্ব অস্ত্ৰ বজাৰত ভাৰতৰ সবল খোজ
ভাৰতে আৰ্মেনিয়াক বিক্ৰী কৰি থকা অস্ত্ৰবোৰৰ ভিতৰত আছে অত্যন্ত মাৰাত্মক আৰু কাৰ্যকৰী মাল্টি বেৰেল ৰকেট লঞ্চাৰ পিনাকা (multi barrel rocket launcher PINAKA), যিয়ে কাৰ্গিল যুদ্ধত নিজকে কাৰ্যকৰী সাব্যস্ত কৰিছিল (Kargil war) । ইয়াৰ দ্ৰুত ফায়াৰিং ক্ষমতাৰ জৰিয়তে ই প্ৰায় এক কিলোমিটাৰ এলেকালৈকে লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে ।
Noonmati police raid : নুনমাটি আৰক্ষীৰ অভিযানত ৪ খনকৈ চুৰি মটৰ চাইকেল উদ্ধাৰ
শেহতীয়াকৈ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত সক্ৰিয় হৈছে গাড়ী চুৰি চক্ৰ । ইয়াৰ মাজতে গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে চলালে এক অভিযান । নুনমাটি থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত নিলোৎপল ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে মঙলবাৰে মহানগৰীৰ নিকটৱৰ্তী বকোত অভিযান চলাই চাৰিখনকৈ চুৰি বাইকৰ লগতে দুই গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Bike lifter arrested at Boko)। আৰক্ষীৰ জালত পৰা চোৰ দুটা হৈছে মৰিগাঁৱৰ মজিবুৰ আলী আৰু গোৱালপাৰাৰ নুৰ আলম ।
Poor condition of Nalbari school : বৃক্ষৰ তলত মানৱ সম্পদ গঢ়াৰ প্ৰক্ৰিয়া !
শ্ৰেণীকোঠাৰ অভাৱত গছৰ তলতে পাঠদান চলিছে নলবাৰীৰ উত্তৰ ভাংনামাৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত (Bhangnamari Model LP School condition)। ১৬০ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে বিদ্যালয়খনত আছে মাত্ৰ দুগৰাকী শিক্ষক । উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈছে অঞ্চলটোৰ শিশুসকল ।