অসম

assam

By

Published : Aug 28, 2022, 6:57 PM IST

ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

চলিত বৰ্ষত ৰাজ্যত ধানৰ উৎপাদন হ্ৰাস হোৱাৰ সম্ভাৱনা

অসমত প্ৰতিবছৰে গড়ে উৎপাদন হয় ৫০ লাখ মেট্রিকটন ধান (Assam produce average 50 lakh metric tonnes paddy) । এইবাৰ বানে বৰোধানৰ ব্যাপক ক্ষতি সাধন কৰাৰ পাছত কৃষকৰ বাবে শালিধানৰ খেতিয়েই আছিল ভৰসা (flood effected agri activity in Assam) ।

টকিঅ'লৈ যাবলগীয়া দুই ক্যাৰাটে খেলুৱৈক আৰ্থিক সাহাৰ্য মন্ত্ৰী কেশৱ মহন্তৰ

কলিয়াবৰৰ কেন্দ্ৰীয় নাট্য সমাজ প্ৰেক্ষাগৃহত তিনিদিনীয়াকৈ অনুষ্ঠিত ক্যাৰাটে কৰ্মশালা ৷ ক্যাৰাটে কৰ্মশালাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে ৷ জাপানৰ টকিঅ'ত অনুষ্ঠিত হ'বলগা আন্তঃৰাষ্ট্ৰীয় ক্যাৰাটে প্ৰতিযোগিতালৈ(International Karate Competition) যোগ্যতা অৰ্জন কৰা দুই খেলুৱৈক আৰ্থিক সাহাৰ্য মন্ত্ৰীগৰাকীৰ ৷

তীব্ৰ যানজঁটে ত্ৰাহিমধুসূদন সুঁৱৰালে পৰীক্ষাৰ্থীক

দেওবাৰে কলিয়াবৰৰ ৰাজপথত ভাবিব নোৱৰা ধৰণে বৃদ্ধি হ’ল যানজঁট (Traffic jam at Kaliabor)৷ বিশেষকৈ কলিয়াবৰৰ চুলুঙত পুৱাৰ ভাগত হোৱা তীব্ৰ যানজঁটে ত্ৰাহিমধুসূদন সুৱঁৰালে পথাচাৰিৰ লগতে শ শ পৰীক্ষাৰ্থীক ৷

ৰাছিয়াৰ তেলৰ মূল্যত সীমা নিৰ্ধাৰণ কৰিবলৈ আগ্ৰহী ভাৰতবৰ্ষ

ৰাছিয়াৰ তেলৰ মূল্যত সীমা নিৰ্ধাৰণ কৰিবলৈ ভাৰত অতি আগ্ৰহী ৷ ৰাছিয়াৰ তেলৰ মূল্য সীমাবদ্ধ কৰাৰ প্ৰস্তাৱৰ সন্দৰ্ভত (capping Russian oil price) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এফ ট্ৰেজাৰীৰ উপ-সচিব ৱালি আদেয়েমোৰ মন্তব্য প্ৰকাশ ৷

লখিমপুৰত জলশক্তি মিছনৰ কেন্দ্রীয় দল

অসমত স্থাপন কৰা হ'ব পাৰে সৰ্ববৃহৎ অমৃত সৰোবৰ(Biggest amrit sarovar may be installed in Assam) । শনিবাৰে জলশক্তি মিছনৰ এটা কেন্দ্রীয় প্ৰতিনিধি দলে লখিমপুৰ জিলাৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি উল্লেখ কৰে এই কথা(Jal Shakti Ministry visits Lakhimpur) ।

Chatbot এ ঘূৰাই দিব আপোনাৰ হেৰোৱা মোবাইল ফোন

এতিয়াৰে পৰা মোবাইল ফোন হেৰুৱালে আপুনি যাব নালাগে থানালৈ ৷ কোনো ধৰণৰ পঞ্জীয়ন কৰাৰো প্ৰয়োজন নাই । কাৰণ 'Chatbot' এ ঘূৰাই দিব আপোনাৰ হেৰোৱা মোবাইল ফোনটো(Chatbot that locates Lost Phone) ৷ কিন্তু কেনেকৈ পঢ়ক সবিশেষ ৷

টুইটাৰ কোম্পানীলৈ পৰিবৰ্তন হোৱাৰ বাবে প্ৰাক্তন CEO Jack Dorseyৰ আক্ষেপ

টুইটাৰ কোম্পানী হোৱাক লৈ টুইটাৰৰ প্ৰাক্তন CEO Jack Dorseyৰ আক্ষেপ প্ৰকাশ ।

ত্ৰিপুৰাবাসীয়ে শীঘ্ৰেই পাব এইমছৰ সেৱা সুবিধা

ত্ৰিপুৰাত শীঘ্ৰে স্থাপন হ'ব এইমছ । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই শনিবাৰে এই ঘোষণা কৰে (Manik Saha announced about AIIMS) । তেওঁ কয় যে ৰাজ্য চৰকাৰে এইমছৰ এটা শাখা স্থাপনৰ বাবে উদ্যোগ লৈছে (Tripura government to set up AIIMS) ।

নিজকে জেহাদী আখ্যা দিলে বিধায়ক আমিনুল ইছলামে

বিধায়ক আমিনুল ইছলাম জেহাদী ! কিয় ক’লে আমিনুল ইছলামে নিজেই? জেহাদী সন্দৰ্ভত কি মন্তব্য বিধায়ক আমিনুল ইছলামৰ (MLA Aminul Islam on Jihadi)। নগাঁৱত অনুষ্ঠিত জমিয়ত উলামা ঈ হিন্দৰ সদ্ভাৱনা সংসদত অংশগ্ৰহণ কৰি বহুকেইটা মন্তব্য কৰিলে বিধায়ক আমিনুল ইছলামে ।

চিকিৎসালয়ত কৰ্মচাৰীৰ তাচৰ আড্ডা

কি চলে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হাস্পতালৰ জৰুৰীকালিন বিভাগৰ কেচ কাউণ্টাৰত (Negligence of emergency department) ? ৰোগীৰ লগত কেনে ধৰণৰ ব্যাৱহাৰ কৰে চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগৰ কেচ কাউণ্টাৰৰ কৰ্মচাৰীয়ে ? দৃশ্য দেখিলে চকু কঁপালত উঠিব আপোনাৰো ।

ABOUT THE AUTHOR

...view details