বিগত বৰ্ষত ত্ৰিপুৰাত আত্মসমৰ্পণ ২৭ জন উগ্ৰপন্থীৰ
ত্ৰিপুৰাত অপৰাধমুক্ত কৰাৰ বাবে আৰক্ষীয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । বিগত বছৰত আৰক্ষীৰ আগত আত্মসমৰ্পণ বিভিন্ন সংগঠনৰ ২৭ টা উগ্ৰপন্থীৰ (Last year 27 Insurgents arrested in Tripura) । চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যখনত বিশেষ ৱেবছাইট মুকলি । ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ অব্যাহত অভিযান ।
Lata Mangeshkar tests covid positive : মেলডী কুইন লতা মংগেশকাৰ কৰ’ণাত আক্ৰান্ত
"মেলডী কুইন" লতা মংগেশকাৰ আক্ৰান্ত কৰ’ণাত (Melody Queen Lata Mangeshkar tests covid positive) ৷ মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত ভৰ্তি গায়িকা গৰাকীক (Lata Mangeshkar admitted at Breach Candy hospital) ৷ গায়িকাগৰাকীৰ শাৰিৰীক নমুনা পৰীক্ষা কৰাৰ পিছতে এই কথা জানিব পৰা যায় ৷ তেওঁৰ দেহত ক’ভিড 19 ৰ সাধাৰণ লক্ষণসমূহে দেখা দিছে বুলি পৰিয়ালৰ তৰফৰ পৰা এগৰাকী ভতিজীয়ে সদৰি কৰে ৷
Special Covid precaution at LGBI airport : বৰঝাৰ বিমানবন্দৰত বিশেষ সৰ্তকতামূলক ব্যৱস্থা
গুৱাহাটীত দৈনিক প্ৰায় দুগুণ হাৰত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিশেষ সৰ্তকতা ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Special Covid precaution at LGBI airport) । বিমানবন্দৰত যাত্ৰীসকলৰ ক'ভিড পৰীক্ষা কৰাৰ বাবে ১৪ টা কাউণ্টাৰ স্থাপন কৰা হৈছে ।
Kokrajhar police arrested five gamblers : কোকৰাঝাৰত জুৱাৰীৰ পৰা জব্দ নগদ 2.60 লাখ টকা
কোকৰাঝাৰত পাঁচজনীয়া অবৈধ তীৰ আৰু নাগালেণ্ড লটাৰীৰ টিকট বিক্ৰেতাক আটক (Kokrajhar police arrested five gamblers) ৷ অভিযানকাৰী দলটোৱে অসাধু ব্যৱসায়ীকেইজনৰ পৰা প্ৰায় 2.60 লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় ।
Booster dose of covid vaccine starts : ডিমা হাছাওত আৰম্ভ কৰ’ণাৰ তৃতীয় পালি প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী
ডিমা হাছাওত আৰম্ভ কৰ’ণাৰ তৃতীয় পালি প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী (Booster dose of covid vaccine starts in Dima Hasao) ৷ জিলাখনত এই কাৰ্যসূচী মুকলি কৰাৰ পিছতে প্ৰথমে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দীপালী বৰ্মনে তৃতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰে ।