প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ বিজেপি চৰকাৰ : সুস্মিতা দেৱ
আহি থকা উপ-নিৰ্বাচনৰ লগত সংগতি ৰাখি ত্ৰিপুৰাৰ সুৰমা সমষ্টিত তৃণমূল কংগ্ৰেছ দলৰ সাংগঠনিক সভা (Organizational meeting of TMC at Surma)। সভাত তৃণমূলৰ নেত্ৰী সুস্মিতা দেৱে তীব্ৰ সমালোচনা কৰে বিজেপি চৰকাৰক । সভাৰ পাছতে সমষ্টিটোত প্ৰতিবাদী কাৰ্যসূচীৰো আয়োজন কৰে দলটোৱে ।
ছয় কিলোমিটাৰ দৌৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্তক
টদ্ৰৱা আৰক্ষী থানা আক্ৰমণ আৰু অগ্নিসংযোগ(Batadrava Police Station Arson)ৰ ঘটনাৰ অন্যতম পৰিকল্পনাকাৰী আল্লাউদ্দিনক গ্ৰেপ্তাৰ ৷ দৰং জিলাৰ বেচিমাৰী আৰু দৈপামৰ মাজৰ সংখ্যালঘূ অধ্যুষিত এলেকাৰ গ্ৰেপ্তাৰ আল্লাউদ্দিন ৷ আল্লাউদ্দিনৰ বিৰুদ্ধে বটদ্ৰৱা থানাত আছিল ড্ৰাগছ সৰবৰাহ আৰু ডকাইতিৰ একাধিক গোচৰ ৷
Assam Police Firing : ধুবুৰীত আৰক্ষীৰ শূণ্যলৈ গুলীচালনা; আটক 5 গো-সৰবৰাহকাৰী
ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Cattle smuggling in Dhubri)। বুধবাৰে নিশা ধুবুৰীৰ ছাগলচৰা অঞ্চলত ধুবুৰী বি এন কলেজ ৰোড আৰক্ষীয়ে চলাই এক অভিযান । এই অভিযানত চোৰাং গো সৰবৰাহকাৰী লৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰে গুলীচালনা । আৰক্ষীৰ এই অভিযানত আটক হয় পাঁচ চোৰাং গৰু সৰবৰাহকাৰী ৷ পলাতক আন তিনিজন ৷
আমচং চাহ বাগিচাত হাইস্কুলৰ উদ্বোধন কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে
বৃহস্পতিবাৰে অসমৰ চাহ বাগিচা এলেকাত (Amchong Tea Estate) আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ আঁচনিৰ অধীনত স্থাপিত কামৰূপ মহানগৰ জিলাৰ আমচং আদৰ্শ হাইস্কুলখন মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Minister Chandra Mohan Patwari inaugurates Model high school )।
KAAC Election 2022 : প্ৰতিটো পৰিষদীয় সমষ্টিত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council Elections 2022) প্ৰতিটো পৰিষদীয় সমষ্টিত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷