অসম

assam

ETV Bharat / state

চিৰাঙত 24 ঘন্টাত ক'ভিড-19 ত আক্ৰান্ত 28 গৰাকী লোক

ক'ভিড-19 ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰ-প্ৰশাসন সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই আক্ৰান্ত লোকৰ সংখ্যা ৷ মঙলবাৰে চিৰাং জিলাত পুনৰ 28 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হয় ৷ আক্ৰান্ত লোক কেইজনক জিলাখনৰ সদৰ জেএচবি অসামৰিক চিকিৎসালয় আৰু কাশিকত্ৰা মডেল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব দিয়ে ৷

TODAY AGAIN 28 NEW CORONA POSITIVE CASES FOUND IN CHIRANG
চিৰাংত 24 ঘন্টাত ক'ভিড-19 ত আক্ৰান্ত 28 গৰাকী লোক

By

Published : Jul 22, 2020, 12:30 AM IST

Updated : Jul 22, 2020, 11:04 AM IST

চিৰাং, 21 জুলাই : ক'ভিড-19 ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰ-প্ৰশাসন সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই আক্ৰান্ত লোকৰ সংখ্যা ৷ মঙলবাৰে চিৰাং জিলাত পুনৰ 28 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হয় ৷ স্বাস্থ্য বিভাগৰ লোকে প্ৰকাশ কৰিছে এই তথ্য ৷ আক্ৰান্ত লোক কেইজনক জিলাখনৰ সদৰ জেএচবি অসামৰিক চিকিৎসালয় আৰু কাশিকত্ৰা মডেল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব দিয়ে ৷

মাত্ৰ 24 ঘন্টাত 28 গৰাকী লোক জিলাখনত আক্ৰান্ত হোৱাৰ পিচতে জিলাখনত গণ সংক্ৰমণৰ আশংকা কৰিছে ৰাইজে ৷

চিৰাঙত 24 ঘন্টাত ক'ভিড-19 ত আক্ৰান্ত 28 গৰাকী লোক

উল্লেখ্য যে, 20 জুলাইত নিশা হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি,অসমত সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা 25092 গৰাকী ৷ বৰ্তমানেও চিকিৎসালয়ত থকা ৰোগীৰ সংখ্যা 7936 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 17095 গৰাকী আৰু অসমত মৃত্যু হোৱা ৰোগীৰ সংখ্যা 58 গৰাকী ৷

লগতে পঢ়ক :শিৱসাগৰত চাৰিটা নতুন স্বাৱ পৰীক্ষা কেন্দ্ৰ মুকলি

Last Updated : Jul 22, 2020, 11:04 AM IST

ABOUT THE AUTHOR

...view details