অসম

assam

বিজনী পৌৰসভাৰ 1 নং ৱাৰ্ডৰ বড়ো কালীবাড়ী সংযোগী পথ নিৰ্মাণক লৈ উত্তেজনা

By

Published : Jun 20, 2020, 3:31 PM IST

বহুদিন ধৰি বড়ো কালীবাড়ীৰ বাসিন্দাসকলে পথটোক লৈ জীয়াতু ভুগি অহাৰ পাছত আবেদমমৰ্মে উক্ত পথটো নিৰ্মাণৰ বাবে ধন আৱন্টন কৰে 33 নং বিজনী বিধান সভা সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে ৷

Tense situation at Bijni for a newly constructed road
বিজনী পৌৰসভাৰ 1 নং ৱাৰ্ডৰ বড়ো কালীবাড়ী সংযোগী পথ নিৰ্মাণক লৈ উত্তেজনা

চিৰাং, 20 জুন:চিৰাং জিলাৰ বিজনী পৌৰসভাৰ 1 নং ৱাৰ্ডৰ বড়ো কালীবাড়ী সংযোগী পথ নিৰ্মাণত দুই ফৈদৰ মাজত সংঘাত ৷ একাংশ লোকে উক্ত পথটো নিৰ্মাণৰ বাবে বাধা আৰোপ কৰাৰ বাবে ক্ষোভ উজাৰিলে উক্ত অঞ্চলটোৰ একাংশ লোকে । বহুদিন ধৰি বড়ো কালীবাড়ীৰ বাসিন্দা সকলে পথটোক লৈ জীয়াতু ভুগি অহাৰ পাছত আবেদম মৰ্মে উক্ত পথটো নিৰ্মাণৰ বাবে ধন আৱন্টন কৰে 33 নং বিজনী বিধানসভা সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে ৷

বিজনী পৌৰসভাৰ 1 নং ৱাৰ্ডৰ বড়ো কালীবাড়ী সংযোগী পথ নিৰ্মাণক লৈ উত্তেজনা

উক্ত অঞ্চলৰ পথটো নিৰ্মাণক লৈ ৰেল বিভাগেও কোনো বাধা আৰোপ কৰা নাই সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে অঞ্চলবাসীয়ে ৷ কিন্তু একাংশ লোকে উক্ত পথটো নিৰ্মাণত বাধা আৰোপ কৰাৰ বাবে ক্ষোভিত হৈ পৰে উক্ত অঞ্চলৰ স্থানীয় ৰাইজ ৷

বিজনী পৌৰসভাৰ 1 নং ৱাৰ্ডৰ বড়ো কালীবাড়ী সংযোগী পথ নিৰ্মাণক লৈ উত্তেজনা

উল্লেখ্য যে,উক্ত পথটো নিৰ্মাণৰ বাবে ধন আৱন্টন দিয়াৰ বাবে বিধায়ক কমল সিং নাৰ্জাৰীক ধন্যবাদ ঞ্জাপন কৰে বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনে ৷ ঠিকাদাৰৰ ধন আহৰণ কৰাৰ উদ্দেশ্যেৰেই এই সকল লোকে উক্ত পথটো নিৰ্মাণত বাধা আৰোপ কৰা বুলি অভিযোগ উত্থাপন কৰিছে বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ চিৰাং জিলা সমিতিৰ সম্পাদক ৰাহুল ঘোষে ৷

লগতে পঢ়কঃ গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে সৰৱ তাই আহোম যুৱ পৰিষদ

For All Latest Updates

ABOUT THE AUTHOR

...view details