অসম

assam

ETV Bharat / state

চুতীয়া জনগোষ্ঠীৰ জনজাতি কৰণৰ দাবীত প্ৰতিবাদ

টিংখাঙত চুতীয়া জনগোষ্ঠীৰ জনজাতি কৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ । ৰাজপথত জ্বলালে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জনজাতি উন্নয়ন মন্ত্ৰী পুত্তলিকা ৷

sutia autonomous council
চুতীয়া জনগোষ্ঠী

By

Published : Sep 11, 2020, 9:30 AM IST

টিংখাং, 11 ছেপ্টেম্বৰ : ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত চুতীয়া ছাত্ৰসন্থাৰ ৰাজগড় আঞ্চলিক সমিতিৰ প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন মন্ত্ৰী চন্দন ব্ৰহ্ম পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

চুতীয়া জনগোষ্ঠীৰ জনজাতি কৰণৰ দাবীত প্ৰতিবাদ

চুতীয়া জনগোষ্ঠীৰ লোকসকক স্বায়ত্ব শাসন প্ৰদান কৰা আৰু চুতীয়া জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতি মযৰ্দা প্ৰদান কৰাৰ দাবীত ৰাজগড় ৰঙাবননী তিনিআলিত চুতীয়া ছাত্ৰ সন্থাই এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীয়ে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,বিজেপিৰ কাম নাই, নৰেন্দ্ৰ মোডী গ’ বেক, আদি বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে ।

লগতে পঢ়ক :‘কা’ আৰু EIA 2020 বাতিলৰ দাবীত টিংখাঙত জোঁৰ সমদল

ABOUT THE AUTHOR

...view details