অসম

assam

ETV Bharat / state

চিৰাঙৰ বাসুগাঁৱত "মা কৰ'ণা পূজা" - চিৰাং জিলাৰ বাসুগাঁও

বিজ্ঞানক ধোৱাচাঙত তুলি ৰাতিপুৱা লঘোণে থাকি 9 টা মিঠাই, 9 পাহ ফুল, 9 টা লং আৰু 9 ডাল ধূপকাঠিৰে কলপাতৰ ওপৰত,নদীৰ পাৰত একাংশই কৰিছে "মা কৰ'ণা পূজা ৷"

superstition about corona pandemic among the local people of chirang
superstition about corona pandemic among the local people of chirang

By

Published : Jun 5, 2020, 3:12 PM IST

চিৰাং, 5 জুনঃবিহাৰ,উত্তৰ-প্ৰদেশৰ পিচত এইবাৰ অসমত কৰা হ'ল "মা কৰ'ণা পূজা ৷" মহামাৰী কৰ'ণাক প্ৰতিহত কৰিবলৈ চিৰাং জিলাৰ বাসুগাঁৱত চলিছে পূজা অৰ্চনা ৷ যি সময়ত কৰ'ণা ৰোধিবলৈ বিজ্ঞানে ঢ়ুকি পোৱা নাই কোনো চিকিৎসাৰ থল ৷ তেনে সময়তে কৰ'ণা পূজা দেখি হতবাক হৈ পৰিছে সচেতন মহল ৷

চিৰাঙৰ বাসুগাঁৱত "মা কৰ'ণা পূজা"

বাসুগাঁও ৰে'ল ষ্টেচন ৰোডৰ একাংশ লোকৰ মতে ৰাতিপুৱা লঘোণে থাকি 9 টা মিঠাই, 9 পাহ ফুল,9 টা লং আৰু 9 ডাল ধূপকাঠিৰে কলপাতৰ ওপৰত,নদীৰ পাৰত কৰিব লাগে কৰ'ণা পূজা ৷ বিজ্ঞানক ধোৱাচাঙত তুলি এইদৰে কৰ'ণাৰ পৰা পৰিত্ৰাণ পাবলৈ পূজা কৰা লোকসকলৰ এনে কাৰ্যক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে সচেতন লোকে ৷

লগতে পঢ়কঃCovid-19 : বিশ্বৰ সামগ্ৰিক তথ্য

ABOUT THE AUTHOR

...view details