অসম

assam

ETV Bharat / state

চিৰাঙত বিপিন চাঁওদাঙৰ গীতৰ তালে তালে কঁকাল ঘূৰাই নাচিলে নাচনীয়ে - বিপিন চাওদাঙ

চিৰাঙৰ বিজনীত ৰঙালী বিহু উদযাপন উপলক্ষ্যে জনপ্ৰিয় কন্ঠশিল্পীৰ অনুষ্ঠানৰ সমান্তৰালভাৱে প্ৰদৰ্শিত হয় লোকনৃত্যৰ অনুষ্ঠান ।

চিৰাঙত বিপিন চাওদাঙৰ গীতৰ তালে তালে কঁকাল ঘূৰাই নাচিলে নাচনীয়ে

By

Published : Apr 26, 2019, 9:11 PM IST


চিৰাং,২৬ এপ্ৰিলঃ চিৰাঙৰ বিজনীত ৰঙালী বিহু উদযাপন কৰে বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিয়ে । বৃহস্পতিবাৰে নিশা সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে সামৰণী পৰে তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৫৩ সংখ্যক ৰঙালী বিহু উৎসৱ ।

চিৰাঙত বিপিন চাওদাঙৰ গীতৰ তালে তালে কঁকাল ঘূৰাই নাচিলে নাচনীয়ে

নিশাৰ ভাগলৈ জনপ্ৰিয় কন্ঠশিল্পী বিপিন চাঁওদাঙে অসমৰ চহা জীৱনৰ গীতৰ জৰিয়তে উপস্থিত দৰ্শকৰ মন জয় কৰে । কন্ঠশিল্পীগৰাকীৰ গীতৰ তালে তালে একাংশ নাচনীয়েও কঁকাল ঘূৰাই নচা পৰিলক্ষিত হয়।

পঢ়কঃবিহু মঞ্চ কঁপাবলৈ সাজু কণ্ঠশিল্পী কৃষ্ণমণি নাথ

ABOUT THE AUTHOR

...view details