অসম

assam

ETV Bharat / state

ঢালিগাঁৱত পথ দুৰ্ঘটনা, নিহত এজন

ঢালিগাঁৱৰ কাৰডাংগাত মটৰ চাইকেলেৰে আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বাসুগাঁৱৰ সমীৰ সাহা নামৰ ব্যক্তিজন

By

Published : Sep 6, 2019, 12:20 PM IST

ঢালিগাঁৱত পথ দুৰ্ঘটনা, নিহত এজন

চিৰাং, 6 ছেপ্তেম্বৰঃ চিৰাঙৰ ঢালিগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এজন ৷ ঢালিগাঁৱৰ কাৰডাংগাত মটৰ চাইকেলেৰে আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বাসুগাঁৱৰ সমীৰ সাহা নামৰ ব্যক্তিজন ৷ AS-26-7367 নম্বৰ মটৰ চাইকেলেৰে বাসুগাঁৱৰ পৰা বঙাইগাঁও যোৱাৰ পথত সংঘটিত হয় দুৰ্ঘটনা ৷

ঢালিগাঁৱত পথ দুৰ্ঘটনা, নিহত এজন

ABOUT THE AUTHOR

...view details