অসম

assam

ETV Bharat / state

বঙাইগাঁৱত চৰকাৰী বিদ্যালয়ৰ জৰাজীৰ্ণ ৰূপ - চিৰাং

আন্ত:গাঁথনিৰ অভাৱত জহি-খহি গৈছে বিদ্যালয় ৷

বঙাইগাঁৱত চৰকাৰী বিদ্যালয়ৰ জৰাজীৰ্ণতা

By

Published : Jun 7, 2019, 11:20 AM IST

চিৰাং, 7 জুন : বঙাইগাঁৱত চৰকাৰী বিদ্যালয়ৰ অৰাজক অৱস্থা ৷ সৃজনগ্ৰাম ব্লকৰ অন্তৰ্গত লুইতৰ মাজত থকা নদীদ্বীপ ৬ নং চৰৰ প্ৰাথমিক বিদ্যালয়ৰ আন্ত: গাঁথনিৰ দুৰ্বলতা ৷ কেঁচা ঘৰ,টিনৰ বেৰেৰে যেনে তেনে চলি আছে বিদ্যালয় ৷

ডেৰ শতাধিক লোকে বসবাস কৰা ৬ নং চৰত আছে মাত্ৰ এখনেই প্ৰাথমিক বিদ্যালয় ৷ মাত্ৰ দুজন শিক্ষকেৰে চলিছে বিদ্যালয়খন ৷ কিন্তু বাৰিষা বানে বিধ্বস্ত কৰে বিদ্যালয়খন ৷ যাৰ ফলত বেছিভাগ সময়েই বন্ধ হৈ থাকে ৬ নং চৰ প্ৰাথমিক বিদ্যালয় ৷ বিদ্যালয়খনৰ জৰাজীৰ্ণ অৱস্থা চাওক আমাৰ এই প্ৰতিবেদনত...

বঙাইগাঁৱত চৰকাৰী বিদ্যালয়ৰ জৰাজীৰ্ণতা

ABOUT THE AUTHOR

...view details