অসম

assam

By

Published : Apr 2, 2019, 11:02 AM IST

ETV Bharat / state

মডেল বিটিচিৰ প্ৰকৃত ৰূপঃ এজাক বৰষুণতেই বন্ধ যাতায়ত

দীৰ্ঘদিনীয়া দাবী আৰু আশ্বাসৰ পাচত পথছোৱাত তিনিটা কাৰ্ভাৰ্ট নিৰ্মাণ কৰা হৈছিল যদিও ৰ পাচৰ বছৰেই বানপানীয়ে ভাঙি নিয়ে দলংকেইখন । দুবছৰ পূৰ্বে ভূটানৰ পাহাৰৰ পৰা নামি অহা তীব্ৰবেগী পানীয়ে বিনষ্ট কৰা পথচোৱাৰ বাবে বাৰিষাৰ বতৰত উপায়হীন হৈ পৰে প্ৰায় চাৰি-পাঁচখন গাঁৱৰ লোক ।

মডেল বিটিচি: এজাক বৰষুণতেই বন্ধ যাতায়ত

চিৰাং,2 এপ্ৰিল : স্বাধীনতাৰ 7 টা দশকৰ পাচতো উন্নয়নৰ মুখ নেদেখা চিৰাং জিলাৰ এটা অঞ্চল ৷ যাতায়াতৰ প্ৰধান পথচোৱাৰ বাবে এতিয়া হাহাকাৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰি হাতিসাৰ অঞ্চলবাসীৰ ৷

মডেল বিটিচি: এজাক বৰষুণতেই বন্ধ যাতায়ত

দীৰ্ঘদিনীয়া দাবী আৰু আশ্বাসৰ পাচত পথছোৱাত তিনিটা কাৰ্ভাৰ্ট নিৰ্মাণ কৰা হৈছিল যদিও ৰ পাচৰ বছৰেই বানপানীয়ে ভাঙি নিয়ে দলংকেইখন । দুবছৰ পূৰ্বে ভূটানৰ পাহাৰৰ পৰা নামি অহা তীব্ৰবেগী পানীয়ে বিনষ্ট কৰা পথচোৱাৰ বাবে বাৰিষাৰ বতৰত উপায়হীন হৈ পৰে প্ৰায় চাৰি-পাঁচখন গাঁৱৰ লোক। তীব্ৰবেগী পানীৰ সোঁতত নদী পাৰ হোৱা অসম্ভৱ হৈ পৰে গাঁওবাসীৰ । কিন্তু ইয়াৰ পাচতো কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই চৰকাৰ তথা বিটিচি কৰ্তৃপক্ষৰ ।

ABOUT THE AUTHOR

...view details