"খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অধিকাৰ বিনস্ত কৰিছে বিজেপিয়ে" - NPP candidate
এন পি পি দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে আৰু ইয়াৰ বিৰোধিতা কৰি যাব ।

"খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অধিকাৰ বিনস্ত কৰিছে বিজেপিয়ে"
বঙাইগাঁও, ১৯ এপ্ৰিলঃ অগপ- বিজেপিয়ে লগ হৈ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অধিকাৰ বিনস্ত কৰিছে । বঙাইগাঁও প্ৰেছক্লাৱত নেচনেল পিপলচ পাৰ্টি (এন পি পি)ৰ প্ৰাৰ্থী ডাঃ প্ৰণৱজ্যোতি দাসে এক সংবাদমেলত এই মন্তব্য কৰে ।
"খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অধিকাৰ বিনস্ত কৰিছে বিজেপিয়ে"