চিৰাং, 24 ডিচেম্বৰঃচিৰাং জিলাৰ বাসুগাঁৱত আছুৰ উদ্যোগত ৰূপায়ন কৰা হয় অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৷ চিৰাং জিলা আছুৰ সহযোগত বাসুগাঁও আঞ্চলিক আছুৱে ৰূপায়ন কৰে বিশাল গণবিক্ষোভ কাৰ্যসূচী ৷
চিৰাঙত আছুৰ উদ্যোগত গণবিক্ষোভ - নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে গণবিক্ষোভ
নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে চিৰাং আছুৱে ৷ তাল-খোলৰ মাতেৰে গণবিক্ষোভ কাৰ্যসূচীত সহস্ৰজনে অংশগ্ৰহণ কৰে ৷
![চিৰাঙত আছুৰ উদ্যোগত গণবিক্ষোভ Chirang AASU gana bikkhov, Mass protest against CAA, Mass protest against CAA 2019 in Chirang, protest against CAA 2019 in Chirang by AASU, চিৰাঙত আছুৰ উদ্যোগত গণবিক্ষোভ, নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে গণবিক্ষোভ, চিৰাং আছু গণবিক্ষোভ কাৰ্যসূচী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5477602-thumbnail-3x2-0.jpg)
চিৰাং আছু গণবিক্ষোভ কাৰ্যসূচী
চিৰাং আছু গণবিক্ষোভ কাৰ্যসূচী
নাগৰিকত্ব সংশোধনী আইন, 2019ৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে ৷ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ সময়তে চিৰাঙত অভিনৱ ৰূপত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে আছুৱে ৷ আছুৰ উদ্যোগত অনুষ্ঠিত হোৱা বিক্ষোভ কাৰ্যসূচীত শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলো স্তৰৰ লোকে অংশগ্ৰহণ কৰে ৷ তাল-খোল বজাই চৰকাৰ বিৰোধী শ্লোগানেৰে এইদৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে আছুৱে ৷
চিৰাং আছু গণবিক্ষোভ কাৰ্যসূচী