ভাতৃ দ্বিতীয়া উপলক্ষে মঙলবাৰে 7 জিলাত স্থানীয় বন্ধ - ভাতৃ দ্বিতীয়া স্থানীয় বন্ধ
বন্ধৰ সময়ছোৱাত চৰকাৰী কাৰ্যালয়ৰ লগতে বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান ৷

ভাতৃ দ্বিতীয়া উপলক্ষে স্থানীয় বন্ধ
গুৱাহাটী, চিৰাং 28 অক্টোবৰঃ ভাতৃ দ্বিতীয়া উপলক্ষে কাইলৈ অথাৎ ২৯ অক্টোবৰত বাক্সা, চিৰাং, ওদালগুৰি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু বিশ্বনাথ জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে । এই বন্ধৰ সময়ত সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান বন্ধ থাকিব ।