চিৰাং, 18 ডিচেম্বৰঃ চিৰাং জিলাৰ চিদলীৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ পিছপিনে থকা হাবিত মংগলবাৰে এজন ব্যক্তিয়ে এটা লতামাকৰী বাঘ হত্যা কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে । বৰ্তমানলৈকে উক্ত ঘটনা সন্দৰ্ভত বন বিভাগ নীৰৱ হৈ আছে । লতামাকৰী বাঘটো ব্যক্তিগৰাকীয়ে বাটুলগুটী মাৰি হত্যা কৰি পৰবৰ্তী পৰ্যায়ত ভক্ষণ কৰে ।
চিৰাঙৰ চিদলীত লতামাকৰী হত্যা আৰু ভক্ষণ - Leopard killed and to eaten
চিৰাঙৰ চিদলীত লতামাকৰী হত্যা কৰি ভক্ষণ এজন ব্যক্তিৰ ৷

চিৰাঙৰ চিদলীত লতামাকৰী হত্যা আৰু ভক্ষণ