চিৰাং, 22 ডিচেম্বৰ: বঙাইগাঁৱৰ অভয়াপুৰীত উদ্ধাৰ 5 টাকৈ লতামাকৰি বাঘৰ পোৱালি ৷ অভয়াপুৰীৰ বড়িগাঁও নিৱাসী চিম্ময় দেৱ শৰ্মা নামৰ লোক এগৰাকীৰ বাসগৃহৰ সমীপতে ৰাইজে উদ্ধাৰ কৰে লতামাকৰি বাঘৰ পোৱালিকেইটা ৷ স্থানীয় ৰাইজে পোৱালিকেইটা উদ্ধাৰ কৰি বন বিভাগৰ লোকক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পোৱালিকেইটা উদ্ধাৰ কৰি লৈ যায় ৷
অভয়াপুৰীত উদ্ধাৰ 5 টাকৈ লতামাকৰি বাঘৰ পোৱালি - লতামাকৰি বাঘ
মঙলবাৰে অভয়াপুৰীৰ বড়িগাঁও নিৱাসী চিম্ময় দেৱ শৰ্মা নামৰ লোক এগৰাকীৰ বাসগৃহৰ সমীপত 5 টাকৈ লতামাকৰি বাঘৰ পোৱালি উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷

অভয়াপুৰীত উদ্ধাৰ 5 টাকৈ লতামাকৰি বাঘৰ পোৱালি