বঙাইগাঁও,8 মাৰ্চ: আজি “বিশ্ব নাৰী দিৱস”৷ বিশ্বৰ সকলো দেশৰ লগতে ভাৰতবৰ্ষটো পালন কৰা হৈছে নাৰী সকলৰ বাবে উদযাপিত হোৱা এই বিশেষ দিনটো৷ “বিশ্ব নাৰী দিৱস” লগত সংগতি ৰাখি বঙাইগাঁৱ জিলাৰ অভয়াপুৰীস্থিত অভয়াপুৰী মহাবিদ্যালয়ত উদযাপন কৰা হৈছে বিশ্ব নাৰী দিৱস ৷
অভয়াপুৰী মহাবিদ্যালয়ত “বিশ্ব নাৰী দিৱস” উদযাপন - বঙাইগাঁও জিলাৰ অভয়াপুৰী মহাবিদ্যালয়ত “বিশ্ব নাৰী দিৱস” উদযাপন
বঙাইগাঁৱ জিলাৰ অভয়াপুৰী মহাবিদ্যালয়ত উদযাপন কৰা হৈছে বিশ্ব নাৰী দিৱস ৷ এই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে বাহিৰ কৰে এক সজাগতামূলক শোভাযাত্ৰা ৷
বঙাইগাঁও জিলাৰ অভয়াপুৰী মহাবিদ্যালয়ত “বিশ্ব নাৰী দিৱস” উদযাপন
মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আয়োজন কৰা এই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে বাহিৰ কৰে এক সজাগতামূলক শোভাযাত্ৰা ৷ নাৰী-পুৰুষৰ বৈষম্য দূৰ কৰা, নাৰীৰ ওপৰত অত্যাচাৰ তথা শোষণ বন্ধ কৰাই এই সজাগতামূলক শোভাযাত্ৰাৰ উদ্দেশ্য বুলি মন্তব্য কৰে মহাবিদ্যালয়ৰ অধ্যাপিকা সুৰিতী ব্ৰহ্মচৌধুৰীয়ে ৷ উল্লেখ্য যে, এই দিৱসৰ লগত সংগতি ৰাখি এখন বাটৰ নাটো প্ৰদৰ্শন কৰে মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে ৷
লগতে পঢ়কঃ সংস্কৃতিৰ নিৰৱ সাধক টীয়কৰ গায়ত্ৰী গোস্বামীৰ কথাৰে