অসম

assam

By

Published : Apr 14, 2019, 11:16 PM IST

ETV Bharat / state

প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিজয় নিশ্চিত - হাগ্ৰামা মহিলাৰী

আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ হেলিকপ্টাৰ লৈ চিৰাং জিলাৰ বিজনী শিলবাৰী আৰু বেংতলত প্ৰচাৰ চলায় হাগ্ৰামা মহিলাৰীয়ে । তেওঁৰ লগত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী,মন্ত্ৰী চন্দন ব্ৰহ্ম,বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী আৰু বিটিচিৰ উপ মুখ্য খাম্পা বৰগয়াৰী ।

প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিজয় নিশ্চিত - হাগ্ৰামা মহিলাৰী

  • এবছুৰ সভাপতি প্ৰমোদ বড়োক বেপাৰী প্ৰমোদ আখ্যা হাগ্ৰামা মহিলাৰীৰ
  • প্ৰমোদ বড়োই জাতীয় সংগঠন এবছুত থাকি জাতিটোক বিক্ৰী কৰি খাইছে
  • প্ৰমোদ বড়োৰ দুৰ্নীতিৰ সকলো তথ্য প্ৰকাশ কৰি দিয়াৰ হুংকাৰ হাগ্ৰামাৰ
  • ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মুকলি বিৰোধিতা কৰা ইউ পি পি এলে অইন কোনো জনগোষ্ঠীৰ ভোট নাপায় বুলি উল্লেখ কৰি মাথো বড়ো ভোট লৈ কোনো পধ্যেই জিকিব নোৱাৰে বুলিও দাবী কৰে হাগ্ৰামাই
  • প্ৰমোদ বড়ো আৰু এন ডি এফ বিক লগত লৈ কোনোদিনে জিকিব নোৱাৰে ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্ম
  • বদৰুদ্দিন আজমল আমাৰ লগতহে আছে - হাগ্ৰামা মহিলাৰী
  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে পাঁচখনৰ চাৰিখন আসন পোৱাটো নিশ্চিত বুলি কয় হাগ্ৰামাই
  • প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিজয় নিশ্চিত বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে
    প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিজয় নিশ্চিত - হাগ্ৰামা মহিলাৰী

ABOUT THE AUTHOR

...view details