চিৰাং,১৩ মে':ৰমজানৰ মাহজোৰা ৰোজাৰ পাচত শুকুৰবাৰে ইছলাম ধৰ্মাৱলম্বী লোকে পালন কৰিব পবিত্ৰ ঈদ উল ফিতৰ । ঈদ উল ফিতৰ উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷
ক’ভিড প্ৰ’টকল মানি ঘৰতে ঈদৰ নামাজ পঢ়াৰ আহ্বান আমছুৰ - AAMSU PRESIDENT
অসমবাসী আৰু ইছলাম ধৰ্মাৱলম্বী লোকক স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিয়া ক’ভিড প্ৰ’টকল মানি ঘৰতে নামাজ পঢ়াৰ বাবে আহ্বান জনায় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷
![ক’ভিড প্ৰ’টকল মানি ঘৰতে ঈদৰ নামাজ পঢ়াৰ আহ্বান আমছুৰ ক’ভিড প্ৰ’টকল মানি ঘৰতে ঈদৰ নামাজ পঢ়াৰ আহ্বান আমছুৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11747042-thumbnail-3x2-k.jpg)
ক’ভিড প্ৰ’টকল মানি ঘৰতে ঈদৰ নামাজ পঢ়াৰ আহ্বান আমছুৰ
ক’ভিড প্ৰ’টকল মানি ঘৰতে ঈদৰ নামাজ পঢ়াৰ আহ্বান আমছুৰ
তেওঁ সমূহ অসমবাসী আৰু ইছলাম ধৰ্মাৱলম্বী লোকক স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিয়া ক’ভিড প্ৰ’টকল মানি ঘৰতে নামাজ আদায়ৰ বাবে আহ্বান জনায় ৷
লগতে পঢ়ক : মুমুৰ্ষ অৱস্থাত বস্তাত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰী