চিৰাং, 21 ছেপ্তেম্বৰঃ চিৰাঙৰ পানবাৰীত মানাহ নৈত উদ্ধাৰ অচিনাক্ত মৃতদেহ ৷ সোমবাৰে বিয়লি 5 বজাত মানাহ নৈৰ দলঙৰ তলত উদ্ধাৰ হয় মৃতদেহটো ৷ ঘটনাস্থলীত পানবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ মৃতদেহটো এইপৰ্যন্ত চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷
মানাহ নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ - Chirang Panbari Deadbody recovered
চিৰাঙৰ পানবাৰীত মানাহ নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
![মানাহ নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ Deadbody recovered at Chirang Panbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8887837-thumbnail-3x2-c.jpg)
চিৰাঙৰ পানবাৰীত মানাহ নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ