চিৰাং,14 এপ্ৰিল: চিৰাঙৰ বেংতলৰ টুক্ৰাঝাৰত বুধবাৰে যুৱকৰ মৃতদেহ উদ্ধাৰ । জংঘলত চীপ লোৱা অৱস্থাত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ ৷ চিৰাঙৰ ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং টুক্ৰাঝাৰ গাঁৱৰ জংঘলত পুৱা ৯ বজাত এগৰাকী অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷
চিৰাঙত মৃতদেহ উদ্ধাৰ - টুক্ৰাঝাৰ
চিৰাঙৰ বেংতলৰ টুক্ৰাঝাৰত বুধবাৰে যুৱকৰ মৃতদেহ উদ্ধাৰ । জংঘলত চীপ লোৱা অৱস্থাত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ ৷
![চিৰাঙত মৃতদেহ উদ্ধাৰ বিহুৰ দিনা চিৰাঙত মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11400892-thumbnail-3x2-aaa.jpg)
বিহুৰ দিনা চিৰাঙত মৃতদেহ উদ্ধাৰ
বিহুৰ দিনা চিৰাঙত মৃতদেহ উদ্ধাৰ
যুৱকজনক কোনো দুষ্টচক্ৰই হত্যা কৰি গছত ওলোমাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । স্থানীয় ৰাইজে বেংতল আৰক্ষী চকীত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷ উল্লেখযোগ্য যে, যুৱকজনৰ মৃতদেহ উদ্ধাৰক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক :বাবাচাহেব আম্বেদকাৰৰ জন্মজয়ন্তীত প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি