অসম

assam

ETV Bharat / state

চিৰাঙত চি আই এচ এফৰ প্ৰতিষ্ঠা দিৱস - চি আই এচ এফ

চি আই এচ এফৰ প্ৰতিষ্ঠা দিৱস লগতে পালন সোণালী জয়ন্তীৰ । অনুষ্ঠানত বিভিন্ন কলা প্ৰদৰ্শন সেনা জোৱানৰ ।

চিৰাঙত চি আই এচ এফৰ প্ৰতিষ্ঠা দিৱস

By

Published : Mar 10, 2019, 8:55 PM IST

চিৰাং, 10 মাৰ্চঃ চিৰাং জিলাৰ ঢালিগাঁৱস্থিত ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰ শাখা চি আই এচ এফৰ পেৰেড গ্ৰাউণ্ডত দেওবাৰে উদযাপিত কৰা হয় চি আই এচ এফৰ প্ৰতিষ্ঠা দিৱসৰ লগতে পালন কৰা হয় সোণালী জয়ন্তী ।

চিৰাঙত চি আই এচ এফৰ প্ৰতিষ্ঠা দিৱস

এই অনুষ্ঠানতে উপস্থিত থাকে বঙাইগাঁও শোধনাগাৰৰ জেষ্ঠ মুখ‍্য প্ৰৱন্ধক অমৰেন্দ্ৰ কলিতাৰ লগতে চিৰাং জিলাত নিয়োজিত চি আৰ পি এফ, এচ এচ বি আৰু অন‍্যান্য অৰ্ধ সামৰিক বাহিনীৰ জেষ্ঠ বিষয়া সকল । অনুষ্ঠানটোতচি আই এচ এফৰ জোৱান সকলে বিভিন্ন ধৰণৰ প্ৰতিযোগীতা আয়োজন কৰাৰ লগতে বিভিন্ন কলা প্ৰদৰ্শন কৰে ।

ABOUT THE AUTHOR

...view details