হিন্দুৰ ধৰ্ম এৰি খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত... আঁৰত ডাইনী কাণ্ড - ডাইনী কাণ্ড
একৈশ শতিকাতো চিৰাঙত পোহৰলৈ আহিছে ডাইনী কাণ্ডৰ কথা ৷ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ফৰমাইশালি গাঁৱত সংঘটিত হৈছে ডাইনী কাণ্ড । চিৰাঙত ডাইনী সন্দেহত মাৰধৰ কৰি গাঁৱৰ পৰা বিতাৰণ এহাল দম্পতীক । উপায়ান্তৰ হৈ হিন্দু বাথৌ ধৰ্ম ত্যাগ কৰি গ্ৰহণ খ্ৰীষ্টান ধৰ্ম ।

ডাইনী কাণ্ড
চিৰাং, 26 মাৰ্চঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ফৰমাইশালি গাঁৱত অন্ধ বিশ্বাসৰ বলি এটি পৰিয়াল ৷ কি হৈছিল তেওঁলোকৰ লগত , শুনক ভুক্তভোগীৰ মুখেৰেই...
ডাইনী কাণ্ড