অসম

assam

ETV Bharat / state

চিৰাঙৰ বৰতালোৱাত নিৰ্বাচনী আচৰণ বিধি উলংঘা - assam politics

চিৰাঙৰ বৰতালোৱাত উলংঘা হৈছে নিৰ্বাচনী আচৰণ বিধি ৷ নিৰ্বাচনী আচৰণ বিধি জাৰি কৰা স্বতেও বৰ্তমানেও আঁতৰ নহ’ল মন্ত্ৰীৰ ফটো সম্বলিত বেনা-পোষ্টাৰ ৷ বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰতালোৱা বজাৰত মন্ত্ৰী পীযুষ হাজৰিকাৰ ফটো সম্বলিত স্বচ্ছ ভাৰত অভিযানৰ পোষ্টাৰ আজিও ওলমি ৰৈছে ৷

চিৰাঙৰ বৰতালোৱাত নিৰ্বাচনী আচৰণ বিধি উলংঘা
চিৰাঙৰ বৰতালোৱাত নিৰ্বাচনী আচৰণ বিধি উলংঘা

By

Published : Mar 23, 2021, 2:15 PM IST

চিৰাং, 23মাৰ্চ:চিৰাঙৰ বৰতালোৱাত উলংঘা হৈছে নিৰ্বাচনী আচৰণ বিধি ৷ নিৰ্বাচনী আচৰণ বিধি জাৰি কৰা স্বতেও বৰ্তমানেও আঁতৰ নহ’ল মন্ত্ৰীৰ ফটো সম্বলিত বেনা-পোষ্টাৰ ৷ বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰতালোৱা বজাৰত মন্ত্ৰী পীযুষ হাজৰিকাৰ ফটো সম্বলিত স্বচ্ছ ভাৰত অভিযানৰ পোষ্টাৰ আজিও ওলমি ৰৈছে ৷

চিৰাঙৰ বৰতালোৱাত নিৰ্বাচনী আচৰণ বিধি উলংঘা

উল্লেখ্য যে, চিৰাং জিলাৰ অন্তৰ্গত বঙাইগাঁও বিধান সভাৰ সমষ্টিত ৫৫ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে । কিন্তু বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত চিৰাং জিলাৰ এই অঞ্চললৈ কোনো গুৰুত্বই প্ৰদান কৰা নাই নিৰ্বাচন আয়োগে । ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি জাৰি থকাৰ মাজতে বজাৰৰ মাজতে ওলমি ৰৈছে ৰাজ্যিক মন্ত্ৰীৰ ফটো সম্বলিত পোষ্টাৰ ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷

লগতে পঢ়ক:বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ' মুকলি

ABOUT THE AUTHOR

...view details