অসম

assam

ETV Bharat / state

চিৰাঙত ইউপিপিএল দলৰ উপ সভাপতি আৰু সাধাৰণ সম্পাদকৰ মনোনয়ন পত্ৰ দাখিল - ইউপিপিএল দল

আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে চিৰাঙৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ উপসভাপতি ৰণগৌৰা নাৰ্জাৰী আৰু ১৩ নং চিৰাং সমষ্টিত ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীৰ মনোনয়ন পত্ৰ দাখিল ৷ লগতে ইউপিপিএল দলৰ উত্থানত শংকিত হৈ বিপিএফ দলৰ লোকে ইউপিপিএলৰ দুটাকৈ কাৰ্য্যালয়ত নিশা অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন কৰে ইউপিপিএল দলৰ সদস্য দুগৰাকীয়ে ৷

chirang uppl vice president and general secretary nomination file
ইউপিপিএলৰ উপ সভাপতি আৰু সাধাৰণ সম্পাদকৰ মনোনয়ন পত্ৰ দাখিল

By

Published : Mar 17, 2020, 10:57 PM IST

চিৰাং, 17 মাৰ্চঃ বিটিচি নিৰ্বাচন সমাগত ৷ মঙলবাৰে চিৰাঙৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ উপসভাপতি ৰণগৌৰা নাৰ্জাৰী আৰু ১৩ নং চিৰাং সমষ্টিত ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ ইফালে ইউপিপিএল দলে আন দুটা সমষ্টি ক্ৰমে খোকলাবাৰী আৰু ফকিৰাগ্ৰাম সমষ্টীৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা নাই যদিও আজিৰ ভিতৰতে হ’ব বুলি কয় জানিবলৈ দিয়ে ৷ ইউপিপিএলৰ কাৰ্য্যালয়ত হোৱা অগ্নিকাণ্ডৰ ঘটনাক লৈ বিপিএফ দলৰ লোকে ইউপিপিএলৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন কৰে ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে ৷

ইউপিপিএলৰ উপ সভাপতি আৰু সাধাৰণ সম্পাদকৰ মনোনয়ন পত্ৰ দাখিল

ABOUT THE AUTHOR

...view details