- পাণবাৰী থানাৰ অন্তৰ্গত ২ নং মোনাকোষাত আৰক্ষীৰ অভিযান
- অভিযানকালত ড্ৰাগছসহ গ্ৰেপ্তাৰ 2 জন ব্যৱসায়ী
- লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু ৩টা ম'বাইল জব্দ
- ব্যৱসায়ী ২ জন ক্ৰমে আব্দুল হাই আৰু তুৰাব আলী
- আৰক্ষীৰ অনুসন্ধান অব্যাহত চিৰাঙত ড্ৰাগছসহ ২ জন ড্ৰাগছ ব্যৱসায়ী আটক
চিৰাঙত ড্ৰাগছসহ দুজনক আটক - police
চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২ নং মোনাকোষাত আৰক্ষীৰ অভিযান। গ্ৰেপ্তাৰ ২ জন ড্ৰাগছ ব্যৱসায়ী ৷ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু ৩টা মোবাইল ।

চিৰাঙত ড্ৰাগছসহ ২ জন ড্ৰাগছ ব্যৱসায়ী আটক