চিৰাঙত ধোঁৱাচাঙত স্বচ্ছ ভাৰত অভিযান - 31 NH
চিৰাঙৰ কাজলগাঁও পৌৰ সভাৰ অধিনৰ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত কদৰ্যময় পৰিবেশ ৷ কাণসাৰ নাই পৌৰসভাৰ বিষয়া নেতৃত্বৰ ।
চিৰাঙত ধোঁৱাচাঙত স্বচ্ছ ভাৰত অভিযান
17মে':
- চিৰাঙৰ কাজলগাঁও পৌৰ সভাত ধোঁৱাচাঙত স্বচ্ছ ভাৰত অভিযান
- ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত কদৰ্যময় পৰিবেশ
- দুৰ্গন্ধত পথচাৰীৰ হাহাকাৰ পৰিস্থিতি
- দৃষ্টিগোচৰ নহয় পৌৰসভাৰ বিষয়া নেতৃত্বৰ ।