অসম

assam

ETV Bharat / state

চিৰাঙত ভোটগণনা উপলক্ষে পৰ্যবেক্ষক উপস্থিত

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৩১ নং চিদলী(জনজাতি) বিধান সভা সমষ্টিৰ ভোটগণনাৰ প্ৰস্তুতিৰ পৰ্যবেক্ষণৰ বাবে চিৰাঙত আহি উপস্থিত হৈছে বদেনো এচ কলো, এনচিএচ

চিৰাঙত ভোটগণনা উপলক্ষে পৰ্যবেক্ষক উপস্থিত

By

Published : May 21, 2019, 10:18 PM IST

চিৰাং,21 মে’: চিৰাঙৰ চিদলী বিধান সভা সমষ্টিৰ ভোটগণনা উপলক্ষে পৰ্যবেক্ষক উপস্থিত । কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৩১ নং চিদলী(জনজাতি) বিধান সভা সমষ্টিৰ ভোটগণনাৰ প্ৰস্তুতিৰ পৰ্যবেক্ষণৰ বাবে চিৰাঙত আহি উপস্থিত হৈছে বদেনো এচ কলো, এনচিএচ । ভোটগণনা উপলক্ষে সকলো বিষয় সাঙুৰি পৰ্যবেক্ষক জনে জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয় মঙলবাৰে ।

চিৰাঙত ভোটগণনা উপলক্ষে পৰ্যবেক্ষক উপস্থিত

ABOUT THE AUTHOR

...view details