চিৰাং, ২০ ফেব্ৰুৱাৰী: বি টি চি নিৰ্বাচনৰ পূৰ্বে প্ৰমোদ বড়োৱে লোৱা কেতবোৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধনৰ দিশে বিটিআৰৰ কৰ্তৃপক্ষ । তাৰে এক নিদৰ্শনৰ প্ৰতীক ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰৰ শিশু পাৰ্কৰ আধাৰশিলা ।
চিৰাঙত শিশু পাৰ্কৰ আধাৰশিলা স্থাপন ৰঞ্জিত বসুমতাৰীৰ
চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰত শিশু পাৰ্কৰ আধাৰশিলা স্থাপন । বিটিআৰৰ সকলো জাতি-জনগোষ্ঠীক লগত লৈ আগুৱাই যোৱাৰ কথা ৰঞ্জিত বসুমতাৰীৰ ।
চিৰাঙত শিশু পাৰ্কৰ আধাৰশিলা স্থাপন ৰঞ্জিত বসুমতাৰীৰ
শুকুৰবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰত শিশু পাৰ্কৰ আধাৰশিলা স্থাপন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে । বসুমতাৰীৰ সৈতে উপস্থিত থাকে মনোনীত সদস্য মাধৱ ছেত্ৰী । আধাৰশিলা অনুষ্ঠানত ৰঞ্জিত বসুমতাৰীয়ে কয় যে, বিটিআৰৰ সকলো জাতি-জনগোষ্ঠীক লগত লৈ আগুৱাই যোৱাৰ পৰিকল্পনা নতুন বিটিআৰৰ কৰ্তৃপক্ষৰ ।
লগতে পঢ়ক:কোকৰাঝাৰত বিটিআৰৰ বৈচিত্ৰময় সাংস্কৃতিক উদযাপন সমাৰোহ