চিৰাং, 6 নৱেম্বৰ:চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ভাংনামাৰীত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন । নিহত ব্যক্তিজন বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত পেৰাগাঁৱৰ তোম্ভিৰাম দাস (65) বুলি জানিব পৰা গৈছে ।
চিৰাঙত পথ দুৰ্ঘটনা: থিতাতে নিহত এজন - চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ভাংনামাৰী
চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ভাংনামাৰীত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন । নিহত ব্যক্তিজন বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত পেৰাগাঁৱৰ তোম্ভিৰাম দাস (65) বুলি জানিব পৰা গৈছে ।
![চিৰাঙত পথ দুৰ্ঘটনা: থিতাতে নিহত এজন থিতাতে নিহত এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9457501-thumbnail-3x2-ch-1.jpg)
চিৰাঙত পথ দুৰ্ঘটনা
ঘটনাস্থলীত পাণবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা সদৰৰ কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ এএচ ২৮-চি-৮৯৪৩ নম্বৰৰ মহেন্দ্ৰ চুপৰো মালবাহী গাড়ীয়ে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় পথচাৰীজন ।
লগতে পঢ়ক :তেজপুৰত এন এছ চি এন কেডাৰ আটক