অসম

assam

চিৰাঙৰ বিজনীত গাঞ্জাসহ আটক ব্যৱসায়ী

By

Published : Jun 2, 2021, 12:18 PM IST

বিজনীত চিৰাং আৰু বঙাইগাঁও আৰক্ষীৰ গাঞ্জা বিৰোধী যৌথ অভিযান । অভিযানত বুজন পৰিমাণৰ গাঞ্জাসহ আটক এজন গাঞ্জা ব্যৱসায়ী ।

chirang-police-operation-cannabis-seized
চিৰাঙৰ বিজনীত গাঞ্জা সহ আটক এজন গাঞ্জা ব্যৱসায়ী

চিৰাং,2 জুন: ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ সমান্তৰালভাৱে চিৰাঙৰ বিজনীতো গাঞ্জাৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ চিৰাং আৰু বঙাইগাঁও আৰক্ষীৰ যুটীয়া অভিযানত বিজনীৰ বংশীপাৰা গাঁৱত ১১.৫০ কিল’গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

উক্ত অভিযানত আৰক্ষীয়ে আটক কৰে উত্তম দাস নামৰ এজন গাঞ্জা ব্যৱসায়ীক । উল্লেখ্য যে, বঙাইগাঁও আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত চিৰাং আৰক্ষীৰ সহযোগত চলাইছিল এই অভিযান ।

লগতে পঢ়ক : অবৈধ সুৰাৰ বিৰুদ্ধে ৰহা আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details