চিৰাং, 19 মাৰ্চ :বি টি চি নিৰ্বাচনক লৈ তুংগত উঠিছে বিভিন্ন দল-সংগঠনৰ প্ৰস্তুতি ৷ বিপিএফ, ইউপিপিএল, বিজেপিৰ লগতে দীৰ্ঘদিন ধৰি বি ডি এ ডিৰ অবড়ো লোকসকলৰ অভিভাৱকৰ দায়িত্ব লৈ অহা নৱ শৰণীয়াৰ দলো সাজু হৈছে নিৰ্বাচনক লৈ ৷ 36 খন আসনত প্ৰাৰ্থী আগবঢ়াব নৱ শৰণীয়াৰ দলে ৷ ই টি ভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত নিৰ্বাচনী প্ৰস্তুতি আৰু প্ৰত্যাশা সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিলে সাংসদগৰাকীয়ে ৷
বি টি চি নিৰ্বাচনত বিজয়ৰ হাঁহি মাৰিব নৱ শৰণীয়াৰ দলে ! - btc election
তুংগত উঠিছে বি টি চি নিৰ্বাচনক লৈ দল-সংগঠনৰ প্ৰস্তুতি ৷ ই টি ভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত নিৰ্বাচনী প্ৰস্তুতি আৰু প্ৰত্যাশা সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিলে সাংসদ নৱ শৰণীয়াই ৷
![বি টি চি নিৰ্বাচনত বিজয়ৰ হাঁহি মাৰিব নৱ শৰণীয়াৰ দলে ! Chirang MP Naba Sarania Interviev xclussive](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6463681-thumbnail-3x2-hg.jpg)
Chirang MP Naba Sarania Interviev xclussive
ই টি ভি ভাৰতৰ সৈতে সাংসদ নৱ শৰণীয়াৰ আছুতীয়া সাক্ষাৎকাৰ