চিৰাং,5 অক্টোবৰ : হঠাৎ চিৰাঙ ভ্ৰমণত আহি চিৰাঙৰ ডনবস্কো কলেজ পৰিদৰ্শন কৰে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । সোমবাৰে চিৰাঙত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা কলেজখন পৰিদৰ্শন কৰি আপ্লুত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম । সংবাদ মাধ্যমৰ আগত বিদ্যালয় সমুহৰ মধ্যাহ্ন ভোজন কৰ্মীৰ আন্দোলন সন্দৰ্ভত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ মন্তব্য,
চিৰাঙত মধ্যাহ্ন ভোজন কৰ্মীৰ আন্দোলন সন্দৰ্ভত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম - চিৰাঙৰ ডন বস্কো কলেজ পৰিদৰ্শন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ
চিৰাঙৰ ডন বস্কো কলেজ পৰিদৰ্শন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ ৷ কি ক'লে প্ৰমিলা ৰাণী ব্ৰহ্মই মধ্যাহ্ন ভোজন কৰ্মীৰ আন্দোলন সন্দৰ্ভত ?
চিৰাঙত মধ্যাহ্ন ভোজন কৰ্মীৰ আন্দোলন সন্দৰ্ভত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম
" মাজে-সময়ে মধ্যাহ্ন ভোজন কৰ্মীসকলৰ বিৰুদ্ধে খাদ্য ৰন্ধাক লৈ আপত্তিজনক অভিযোগ উত্থাপন হৈ অহাৰ বাবে অসম চৰকাৰে মধ্যাহ্ন ভোজনৰ দায়িত্ব বেচৰকাৰী সংস্থাক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কিন্তু যিহেতু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলে অসম চৰকাৰৰ অধীনত পূৰ্বৰে পৰা বিদ্যালয়সমূহত ৰন্ধন কাৰ্য চলাই আহিছিল ৷ গতিকে তেওঁলোকৰ দাবীকো অগ্ৰাহ্য কৰিব নোৱাৰি ৷ সেয়হে চৰকাৰ আৰু ৰন্ধনকৰ্মী এই দুয়ো পক্ষই শান্তি-পূৰ্ণভাৱে আলোচনা আগবঢ়াই এই সমস্যাৰ সমাধান পথ বিচাৰিব লাগে ৷"