অসম

assam

ETV Bharat / state

এইবাৰ দুৰ্বৃত্তই হাত দিলে কালীৰ প্ৰতিমাত

চিৰাঙৰ মংলাগাঁৱৰ কালী মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ। দুৰ্বৃত্তই ভাঙি দিলে কালী প্ৰতিমাৰ মুখমণ্ডল ।

এইবাৰ দুৰ্বৃত্তই হাত দিলে কালী দেৱীৰ প্ৰতিমাত

By

Published : May 16, 2019, 1:07 PM IST

চিৰাং,১৬ মে': বুধবাৰে নিশা দুৰ্বৃত্তই আক্ৰমণ চলালে চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত মংলাগাঁৱৰ কালী মন্দিৰত। দুৰ্বৃত্তই আক্ৰমণ চলাই ভাঙি দিয়ে কালী প্ৰতিমাৰ মুখমণ্ডল।

এইবাৰ দুৰ্বৃত্তই হাত দিলে কালী দেৱীৰ প্ৰতিমাত

উল্লেখ্য যে,মংলাগাঁওৰ এই কালী মন্দিৰটো জয় কিশান ক্লাৱৰ তত্বাৱধানত আছিল। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে,হিন্দু বসতি প্ৰধান অঞ্চলটোত ইয়াৰ পূৰ্বে কোনো দিনে এইধৰণৰ ঘটনা সংঘটিত হোৱা নাই। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত স্থানীয় ৰাইজৰ সহযোগত অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।

ABOUT THE AUTHOR

...view details