অসম

assam

ETV Bharat / state

চিৰাং জিলাৰ ভাৰত-ভূটান সংযোগী 127 চি ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা - undefined

ভাৰত-ভূটান সংযোগী ১২৭ চি ৰাষ্ট্ৰীয় ঘাইপথৰ চৰম দুৰৱস্থা। জিলাখনৰ পৰাই বিটিচিৰ উপ মুখ্য খাম্পা বৰগয়াৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্মই প্ৰতিনিধিত্ব কৰিছে আৰু এই অঞ্চল দুয়োজনৰ সমষ্টিৰ অন্তৰ্গত। উন্নয়ন তথা দুৰ্নীতিৰ বিৰুদ্ধে বিটিচি নিৰ্বাচনত ইয়াৰ প্ৰতি উত্তৰ দিব সমষ্টিবাসীয়ে ।

চিৰাং জিলাৰ ভাৰত-ভূটান সংযোগী 127 চি ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰৱস্থা
চিৰাং জিলাৰ ভাৰত-ভূটান সংযোগী 127 চি ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰৱস্থা

By

Published : Feb 27, 2020, 2:44 PM IST

চিৰাং, 27 ফেব্ৰুৱাৰী :বছৰৰ প্ৰথম জাক বৰষুণতেই তথৈবচ চিৰাং জিলাৰ বহু কেইটা মুখ্য পথ। জিলাখনৰ 31 নং চি ৰাষ্ট্ৰীয় ঘাই পথৰ স্যামথাইবাৰীৰ পৰা গৰুভাষা,ৰুনিখাতা,শান্তিপুৰ,দেউশ্ৰি,দাদগিৰি হৈ ভূটানৰ গেলেফু লৈ যোৱাৰ মুখ্য পথছোৱা হৈছে 127 চি নং ৰাষ্ট্ৰীয় ঘাই পথৰ এতিয়া চৰম দুৰাৱস্থা । এক প্ৰকাৰৰ এইয়া হৈছে আন্তৰ্জাতিক পথ ।

127 চি ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰৱস্থা

এতিয়া বছৰৰ প্ৰথমজাক বৰষুণতেই ৰাষ্ট্ৰীয় ঘাই পথটোৰ কি অৱস্থা হৈছে নিজেই এবাৰ প্ৰত্যক্ষ কৰিলে অতি সহজেই বুজি উঠিব। যাৰ বাবে এতিয়া এই পথেৰে যোৱা বহু যাত্ৰীয়ে ভোগিব লগা হৈছে জমৰ যাতনা ৷

১২৭ চি ৰাষ্ট্ৰীয় ঘাইপথৰ চৰম দুৰৱস্থা

অঞ্চলটোৰ বাট পথকে আদি কৰি উন্নয়নৰ বাবে তথা দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বিপিএফ বিৰোধী ভোটদানৰ সিদ্ধান্ত লৈছে আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে। বিটিআৰ চুক্তিৰ পিচত বিভিন্ন দিশত উন্নয়নৰ কামনা কৰি ভোটদানৰ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে ভোটাৰ সকলৰ মাজত ।

চিৰাং জিলাৰ ভাৰত-ভূটান সংযোগী পথ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details