অসম

assam

ETV Bharat / state

চিৰাঙত আনন্দৰ উল্লাহৰ মাজেৰে উদযাপন কোঁচ ৰাজবংশী সকলৰ বিশুৱা উৎসৱ

আজি চিৰাঙৰ চিদলী অঞ্চলত কোঁচ ৰাজবংশীসকলে আজি পৰম্পৰাগত ৰীতি-নীতিৰে এই উৎসৱ পালন কৰে ৷  চিদলীৰ বক্ৰ নদীৰ পাৰত গো ধনক নোৱাই নৃত্য গীতত ব্যস্ত হৈ পৰে কোঁচ ৰাজবংশী সকল ৷

চিৰাঙত আনন্দৰ উল্লাহৰ মাজেৰে উদযাপন কোঁচ ৰাজবংশী সকলৰ বিশুৱা উৎসৱ

By

Published : Apr 14, 2019, 6:11 PM IST

চিৰাং, 14 এপ্ৰিলঃ আজি কোঁচ ৰাজবংশী সকলৰ পৰম্পৰাগত বিশুৱা উৎসৱ ৷ বিশুৱা উৎসৱৰ এই দিনটোক গৰু চুপকোৱা অনুষ্ঠান বুলি কোৱা হয় ৷ গৰু বিহুৰ সমান্তৰাল এই উৎসৱত গো-ধনক নদীত নোৱাই নীতি নিয়মেৰে উৎসৱটো পালন কৰা হয়৷ আজি চিৰাঙৰ চিদলী অঞ্চলত কোঁচ ৰাজবংশীসকলে আজি পৰম্পৰাগত ৰীতি-নীতিৰে এই উৎসৱ পালন কৰে ৷ চিদলীৰ বক্ৰ নদীৰ পাৰত গো ধনক নোৱাই নৃত্য গীতত ব্যস্ত হৈ পৰে কোঁচ ৰাজবংশীসকল৷

চিৰাঙত আনন্দৰ উল্লাহৰ মাজেৰে উদযাপন কোঁচ ৰাজবংশী সকলৰ বিশুৱা উৎসৱ

মুঠতে বিহু অসমৰ জাতীয় উৎসৱ । অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকসকলে নিজৰ জনগোষ্ঠীৰ ৰীতি নীতি অনুসৰি এই ৰঙালী বিহুক উদযাপন কৰে । কোনোবাই যদি ৰঙালী বিহু, কোনোবাই বিশুৱা, কোনোবাই আকৌ ৰংজালি বৈশাগু হিচাবে ৷

ABOUT THE AUTHOR

...view details