বিশ্ব দৰবাৰত চিৰাঙৰ জীয়ৰী - অম্ব্ৰিকা নাৰ্জাৰী
চীনৰ হংকঙত অনুষ্ঠিত সোতৰ অনুৰ্ধৰ থাৰ্ড য়ুথ এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ-২০১৯ ত জfলিকিল চিৰাঙৰ অম্ব্ৰিকা
![বিশ্ব দৰবাৰত চিৰাঙৰ জীয়ৰী](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2724752-505-33e2bdac-247d-4309-9d13-30e3bd8730c1.jpg)
বিশ্ব দৰবাৰত চিৰাঙৰ জীয়ৰী
উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী অম্ব্ৰিকা নাৰ্জাৰীয়ে কোকৰাঝাৰৰ ছাইত প্ৰশিক্ষন লৈ তাৰ পৰাই ভাৰতীয় দলৰ হৈ চীনৰ হংকং চহৰত অনুষ্ঠিত এই থাৰ্ড য়ুথ এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ-২০১৯ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছিল ।