চিৰাঙত বানৰ সংহাৰী ৰূপ - ধুবুৰি
বানৰ কৱলত সমগ্ৰ চিৰাং জিলা, ভূটানৰ পৰা নামি অহা বাঢ়নি পানীয়ে বুৰাই পেলাই সমগ্ৰ অঞ্চল

চিৰাঙত বানৰ সংহাৰী ৰূপ
চিৰাং,২৫জুন : চিৰাং জিলাৰ উত্তৰাঞ্চলত বানৰ তাণ্ডৱ । জিলাখনৰ আই নদীৰ লগতে নাঙলভাঙা,টাক্লাই,মাক্ৰা আদি নৈ-উপনৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে অৰ্ধশতাধিক গাঁও । ভূটানৰ পৰা নামি অহা বাঢ়নি পানীয়ে সোমবাৰৰ নিশাৰে পৰা ডাবাবিল,মাদাৰপুৰ,আইপোৱালী,আইনদী ধুবুৰি,মানিকপুৰ সহ অৰ্ধশতাধিক গাঁও প্লাৱিত কৰিছে । অঞ্চলটোৰ প্ৰতিটো ঘৰ এতিয়া বানৰ কৱলত ।
চিৰাঙত বানৰ সংহাৰী ৰূপ