অসম

assam

ETV Bharat / state

চিৰাঙৰ কুজীয়া নৈত বছৰেকীয়া মাছ ধৰা উৎসৱ

চিৰাঙৰ বৈখুন গাঁওৰ কুজীয়া নদীত বছৰেকীয়া মাছ ধৰা উৎসৱ । প্ৰতিবছৰৰ দৰে এইবেলিও পৰম্পৰা ৰক্ষা কৰি ওলাই আহিছে ৰাইজ ৷

By

Published : Nov 22, 2020, 1:26 PM IST

As_Chg_01_community_fishing_kujia_river_img_10012
চিৰাঙৰ কুজীয়া নৈত বছৰেকীয়া মাছ ধৰা উৎসৱ

চিৰাং,22 নৱেম্বৰঃ চিৰাঙৰ বৈখুন গাঁওৰ কুজীয়া নৈত বছৰেকীয়া মাছ ধৰা উৎসৱ । কুজীয়া নৈত জলসিঞ্চন বিভাগৰ শ্লুইচ গেট খুলি দিয়াৰ লগে লগেই প্ৰতিবছৰৰ দৰে এইবেলিও জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকেই ওলাই আহিছে মাছ ধৰিবলৈ ৷ মাছ ধৰা লোকৰ সমান্তৰালকৈয়ে পাৰত ৰৈয়ো সাধাৰণ ৰাইজে উপভোগ কৰিছে এই উৎসৱ ৷ এনেদৰেই বছৰ বছৰ ধৰি অঞ্চলটোৰ ৰাইজে ৰক্ষা কৰি আহিছে নিজ পৰম্পৰা ৷

চিৰাঙৰ কুজীয়া নৈত বছৰেকীয়া মাছ ধৰা উৎসৱ

ABOUT THE AUTHOR

...view details