চিৰাং, 27 মাৰ্চ : চিৰাং জিলাৰ ৩৩নং বিজনী বিধান সভা সমষ্টিৰ অন্তৰ্গত বিজনী বিজেপি কাৰ্য্যালয়ত শনিবাৰে এক যোগদান সভা অনুষ্ঠিত হয় । চিৰাং জিলাৰ বিজেপি দলৰ সভাপতি বিপ্লৱ দেৱ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত বিভিন্ন দলৰ পৰা শতাধিক কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ।
বিজনীত শতাধিক কৰ্মীৰ বিজেপিত যোগদান - যোগদান সভা
চিৰাং জিলাৰ ৩৩নং বিজনী বিধান সভা সমষ্টিৰ অন্তৰ্গত বিজনী বিজেপি কাৰ্য্যালয়ত এক যোগদান সভা অনুষ্ঠিত হয়। চিৰাং জিলাৰ বিজেপি দলৰ সভাপতি বিপ্লৱ দেৱ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিভিন্ন দলৰ পৰা শতাধিক কৰ্মী বিজেপি দলত যোগদান কৰে ।
বিজনীত শতাধিক কৰ্মীৰ বিজেপিত যোগদান
৩৩নং বিজনী বিধান সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ে যোগদান কৰা সদস্য সকলক ফুলাম গামোচাৰে আদৰণি জনায় । সভাত কেইবাজনো বিজেপিৰ নেতা উপস্থিত থাকে ৷