অসম

assam

ETV Bharat / state

বিজনীত শিক্ষাৰ্থীক সম্বৰ্দ্ধনা বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ

অনুষ্ঠানত উপস্থিত থাকে চিৰাং জিলা চিৰাঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্ম ৷ ভাষণত ব্ৰহ্মই ফেচবুক, হোৱাটছ্এপ আদিৰ দৰে নব্য মাধ্যমসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ৷

By

Published : Jun 15, 2019, 10:12 AM IST

বিজনীত শিক্ষাৰ্থীক সম্বৰ্দ্ধনা

চিৰাং, 15জুনঃ শুকুৰবাৰে চিৰাঙৰ বিজনীত কৃতী শিক্ষাৰ্থীক সম্বৰ্দ্ধনা বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ আঞ্চলিক সমিতিৰ ৷ অনুষ্ঠানত উপস্থিত থাকে চিৰাং জিলা চিৰাঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্ম ৷ ভাষণত ব্ৰহ্মই ফেচবুক, হোৱাটছ্এপ আদিৰ দৰে নব্য মাধ্যমসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ৷ এই সম্বৰ্দ্ধনা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতমৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ অঞ্চলটোৰ মুঠ 41গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয় ৷ অনুষ্ঠানটোত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

বিজনীত শিক্ষাৰ্থীক সম্বৰ্দ্ধনা

ABOUT THE AUTHOR

...view details