অসম

assam

By

Published : Sep 19, 2020, 9:08 PM IST

ETV Bharat / state

চিৰাঙত CAA আৰু EIA বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

চিৰাঙৰ বাসুগাঁওত CAA আৰু EIA বাতিলৰ দাবীত আছুৰ মানৱ শৃ্ংখল কাৰ্যসূচী ।

Chirang AASU protest to cancel CAA and EIA
চিৰাঙত CAA আৰু EIA বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

চিৰাং, 19 চেপ্তেম্বৰঃ চিৰাং জিলাৰ বাসুগাঁও চহৰত শনিবাৰে বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চিৰাং জিলা সমিতি আছুয়ে ৰাইজৰ সহযোগত নাগৰিকত্ব সংশোধনী আইন(CAA) আৰু পৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা (EIA)২০২০ বাতিলৰ দাবীত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে ।

চিৰাঙত CAA আৰু EIA বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

ইপিনে প্ৰতিবাদকাৰী সকলে মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাৱ্যস্থ কৰে আছুয়ে । আনহাতে, জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপম কুমাৰ দাসে বিটিচি নিৰ্বাচনত বিজেপিক উৎখাত কৰিব বুলি হুংকাৰ প্ৰদান কৰে লগতে বিজেপিক প্ৰতাৰক তথা মিচলীয়া দল আখ্যা দিয়া আছুয়ে ।

চিৰাঙত CAA আৰু EIA বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ
লগতে পঢ়কঃকাগজ কল পুনৰ মুকলিৰ ঘোষণাক ফুটুকাৰ ফেন আখ্যা দেৱব্ৰত শইকীয়াৰ

ABOUT THE AUTHOR

...view details